Posted inঅসম

বিউটি পাৰ্লাৰ ব্যৱসায়ৰে জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলাই এতিয়া বাঁহৰ খৰাহী,পাঁচি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে

জামুগুৰিহাটঃ সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰী কৰোনাৰ ফলত স্তব্ধ হৈ পৰিছে মানুহৰ জীৱনৰ গতিপথ। কৰোনাৰ ফলতে লাখ লাখ লোকে হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থান। কৰোনাই সলাই পেলালে বহুতৰে জীয়াই থকাৰ জীৱিকাৰ পথ। সুদীৰ্ঘ ২২ বছৰ ধৰি বিউটি পাৰ্লাৰৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া জামুগুৰিহাটৰ ববী হাজৰিকা নামৰ মহিলা গৰাকীৰ জীৱিকালৈও কৰোনাই আনিছে পৰিৱৰ্তন। আৰু পঢ়কঃএইবাৰ বাক্সাত […]