Posted inNews

Fact Checking: গুজৰাটত নিৰুদ্দেশ হোৱা ৪১,৬২১ গৰাকী যুৱতীৰ সবিশেষ

ইষ্ট ম’জ’ অসম ফেক্ট চেক: বৰ্তমান দেশজুৰি চৰ্চাত আছে “দ্যা কেৰালা ষ্ট’ৰী” নামৰ ছবিখন। ছবিখনক লৈ ছবি জগতৰ মানুহৰ মাজত চৰ্চা হোৱাতকৈ ৰাজনৈতিক মহলত ই এক বৰ্তমান বিশেষ স্থান লাভ কৰিছে। বিজেপি শাসিত চৰকাৰৰ ৰাজ্যত যদি ছবিখনক কৰমুক্ত কৰিছে ইফালে পশ্চিমবংগ নতুবা তামিলনাড়ু দৰে ৰাজ্যত নিষিদ্ধও ঘোষণা কৰা হৈছে। দ্যা কেৰালা দ্যা ষ্ট’ৰীত কেৰালাৰ ৰাজ্যৰ […]