Posted inঅসম

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বৃহৎ গাফিলতি

২০১৬ চনৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে দেশৰ গ্ৰাম্য এলেকাত বসবাস কৰা পৰিয়ালসমূহৰ মহিলাসকলক উপকৃত কৰাৰ অৰ্থে ‘প্ৰধানমন্ত্ৰী উজ্জলা যোজনা’ প্ৰৱৰ্তন কৰিছিল । এই আঁচনিৰ মূল উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক ইমানদিনে পৰম্পৰাগত ৰন্ধন ইন্ধনৰ পৰা সন্মুখীন হোৱা নানা অসুবিধাৰ পৰা মুক্তি প্ৰদান কৰা।   আনহাতে, আঁচনিখনৰ সফলতাৰ পাছত […]