নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে মহিলা প্ৰিমিয়াৰ লীগ। এই প্ৰিমিয়াৰ লীগৰ পূৰ্বে মহাৰাষ্ট্ৰৰ স্মৃতি মান্ধানাক আটাইতকৈ বেছি ৩.৪০ কোটি টকাৰ বিনিময়ত নিলামত চুক্তিবদ্ধ কৰা হৈছে ৩.৪০ কোটি টকাত। সোমবাৰে মুম্বাইত অনুষ্ঠিত হোৱা উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগ নিলামত বাংগালুৰু ফ্ৰেঞ্চাইজিয়ে ৩.৪০ কোটি টকাৰ বিনিময়ত মান্ধানাক চুক্তিবদ্ধ কৰে স্মৃতি মান্ধানাক। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে বিগত […]