নিউজ ডেস্কঃ ত্ৰিপুৰাত পুনৰবাৰ একক সংখ্যাগৰিষ্ঠতাৰে জয় লাভ কৰিছে বিজেপি। ত্ৰিপুৰাত বিজেপি – আইপিএফটি মিত্ৰজোঁটে মুঠ ৬০ খনৰ ভিতৰত ৩২ খন আসন জয় লাভ। ৩২ খন আসনৰ ভিতৰত বিজেপিয়ে ৩১ খন আৰু আইপিএফটি য়ে ১ খন আসন লাভ কৰিছে। ইফালে চিপিআই(এম) য়ে ১২ খন, কংগ্ৰেছে চাৰিখন আৰু তিপ্ৰাম’থাই ১৩ খন আসন লাভ কৰিবলৈ সক্ষম […]