Posted inঅসম

শোণিতপুৰৰ কলাকুচিত চোৰাং কাঠ আৰু ভাং জব্দ

তেজপুৰঃ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষীৰ বৃহৎ সাফল্য । দুটা পৃথক পৃথক অভিযান চলাই আৰক্ষীয়ে  জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু ভাং।  মিছামাৰি আৰক্ষী চকীৰ অন্তৰ্গত  কলাকুচিৰ পৰা এ এচ ১২ই ৭৯৮০  নম্বৰৰ এখন বলেৰ পিকআপ ভানৰ পৰা মূল্যৱান ১১০ টুকুৰা কিউবিক জব্দ কৰিবলৈ সক্ষম হয় । একেদৰে কলাকুচি অঞ্চলৰ নিতাই ঘোষ নামৰ এজন ব্যক্তিৰ ঘৰত […]