নিউজ ডেস্ক: অৰুণাচল প্ৰদেশত দাদি ক’ৰা জিলাত আবদ্ধ হৈ আছে অসমৰ বহু কেইজন শ্ৰমিক। অসমৰ কিছু প্ৰৱঞ্চকে অসমৰ বিভিন্ন স্থানৰ পৰা অৰুণাচল প্ৰদেশত শ্ৰমিকৰ যোগান দি আহিছে। প্ৰতিদিন সংবাদ কাকত প্ৰকাশ কৰা অনুসৰি, শেহতীয়া ভাৱে এক ঘটনা পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ দাদি ক’ৰা জিলাৰ পাৰিং গাঁৱত দলং আৰু কালভাট নির্মাণত জড়িতত সঞ্জীৱ কামানে ২১ মে’ত […]