নিউজ ডেস্কঃ দুজন ব্যক্তিক অনুকৰণ কৰি এটা ভালুকে কৰিছে ৱৰ্ক আউট। বৰফাবৃত জংঘলৰ মাজত দুজন লোকে ৱৰ্ক আউট কৰি থকা দৃশ্যক অনুকৰণ কৰিছে এটা ভালুকে। এজন ব্যক্তিয়ে গছ এডালত ধৰি ব্যায়াম কৰি আছে আৰু আনজনে তেওঁক প্ৰশিক্ষণ দি আছে। এনেতে তেওঁলোকৰ পিছফালে এটা ভালুকে গছৰ ডাল এডালত ধৰি ব্যায়াম কৰি আছে। যিসকলে এই ভিডিঅ’টো ছচিয়েল […]