Posted inক্ৰীড়া

Neeraj Chopra: পাকিস্তানী প্ৰতিদ্বন্দীৰ সৈতে কি কথা পাতিছিল! মুখ খুলিলে নিজেই

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বঁটা প্ৰদান অনুষ্ঠানৰ শেষত, নীৰজ চোপ্ৰাই তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দী পাকিস্তানী জেভলিন থ্ৰ’ৱাৰ আৰ্ছাদ নাদিমৰ সৈতে কথা পাতি থকা দেখা গৈছিল। আজি নীৰজে নিজেই মুখ খুলিছে, কি কথা হৈছিল পাকিস্তানী এথলীটৰ সৈতে।