বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতীয়-আমেৰিকান অজয় বাঙ্গাক বিশ্ব বেংকৰ নতুন সভাপতি হিচাপে মনোনীত কৰে। বিশ্ব বেংকৰ সভাপতি পদত মনোনীত হোৱা বাঙ্গা প্ৰথম আছিল ভাৰতীয়। অজয় বাঙ্গা বৰ্তমান ‘জেনেৰেল আটলাণ্টিক’ নামৰ এটা ব্যক্তিগত শ্বেয়াৰ লেনদেন সংস্থাৰ উপাধ্যক্ষ। ইয়াৰ পৰ্বে তেওঁ মাষ্টাৰকাৰ্ডৰ চি.ই.ও. হিচাপে দায়িত্বত আছিল। ২০১৬ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। ৬৩ বছৰীয়া […]