Posted inঅসম

বিশ্বকাপ মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত অংশ ল’ব ষাঠীউৰ্দ্ধৰ এগৰাকী অসমীয়াই

নিউজ ডেস্কঃ ষাঠীউৰ্দ্ধৰ বয়সতো কমা নাই ক্ৰীড়াৰ উদ্যম। ক্ৰীড়াক্ষেত্রত বহু মহিলাৰ বাবে তেওঁ হৈ পৰিছে প্ৰেৰণা। কাৰণ এইবাৰ এখন বৃহৎ ক্ৰীড়া মঞ্চত দৌৰেৰে জগত জিনাৰ সপোন এগৰাকী ষাঠীউৰ্দ্ধৰ অসমীয়া এথলীটৰ । চলিত বৰ্ষৰ ২৯ জুনৰ পৰা ১০ জুলাইলৈ উত্তৰ ইউৰোপৰ ফিনলেণ্ডত অনুষ্ঠিত হ’ব বিশ্বকাপ মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ । এই বৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে […]