Posted inমুখ্যপৃষ্ঠা

ভাৰতৰ বিশ্বকাপৰ সপোন: ফেন্টাছী আৰু বাস্তৱ

সিদ্ধাৰ্থ শংকৰ ডেকা “ভাৰতে বিশ্বকাপ কেতিয়া খেলিব?” “১৩০ কোটি মানুহৰ দেশৰপৰা ১১জন খেলুৱৈ নোলায়নে?” “ভাৰত বাংলাদেশৰ লগতে হাৰে, বিশ্বকাপ খেলিব!” এই প্ৰশ্নবোৰ বা তাচ্ছিল্যবোৰ যদি শুনিছে তেন্তে জানি থওঁক আকৌ পুৰুষৰ বিশ্বকাপ ফুটবল আহিছে ৷ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই কথাবোৰৰ চৰ্চা এমাহমান চলে ৷ তাৰ পাছত সকলো শুই পৰে ৷ ফুটবলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত […]