Posted inNews, অসম, দেশ-বিদেশ, বিজ্ঞান

আজি বিশ্ব ধৰিত্ৰী দিৱস; জানক এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য্য

নিউজ ডেস্ক: আজি বিশ্ব ধৰিত্ৰী দিৱস। প্ৰত্যেক বছৰে ২২ এপ্ৰিলৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসৰ উদ্দেশ্য হৈছে প্ৰদূষণ, গোলকীয় উষ্ণতা, বন ধ্বংস আদি পৰিৱেশ সমস্যাৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এই বৰ্ষৰ ধৰিত্ৰী দিৱসৰ মূলমন্ত্ৰ হৈছে ‘Invest in Our Planet’ অৰ্থাৎ ‘আমাৰ পৃথিৱীত বিনিয়োগ কৰক’ । […]