Posted inNews

প্ৰধানমন্ত্ৰীয়ে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে টি এম পি কেৰ এক লাখ বৃক্ষৰোপণ কাৰ্যসূচীক প্ৰশংসা কৰে

২২ এপ্ৰিলত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে টি এম পি কেৰ উদ্যোগত জোনাই সমষ্টিৰ কাৰেং চাপৰিত এক লাখ বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰা হৈছিল। জোনাইৰ বিধায়ক ভূৱন পেগুৱে এই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাকাম মিছিং প’ৰিন কেবাঙে (টিএমপিকে) আয়োজন কৰা এক লাখ বৃক্ষৰোপণ কাৰ্যসূচীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে। লগতে তেওঁ লখিমপুৰ (অসম) লোকসভাৰ সাংসদ […]