Posted inঅসম

সমগ্ৰ অসমৰ লগতে খুমটাইৰ বিভিন্ন প্ৰান্ততো বিশ্ব পৰিবেশ দিৱস উদযাপন

খুমটাইঃ আজি বিশ্ব পৰিবেশ দিৱস ৷ মানুহক প্ৰকৃতিৰ প্ৰতি সজাগ কৰা আৰু প্ৰাকৃতিক ভাৰাসাম্য বৰ্তাই ৰখাৰ বাবেই বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস ৷ সমগ্ৰ অসমৰ লগতে খুমটাইৰ বিভিন্ন প্ৰান্ততো বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৰোপন কৰা হৈছে গছপুলি ৷ খুমটাইৰ বিভিন্ন প্ৰান্তৰ লগত মেলামৰাত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত […]