Posted inদেশ-বিদেশ

ভাৰতত প্ৰস্তুত কৰা চাৰিবিধ কফ চিৰাপ সেৱনত বাধা আৰোপ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই

নিউজ ডেস্কঃ ভাৰতৰ মেডেন ফাৰ্মাচিউটিকেল লিমিটেডৰ দ্বাৰা তৈয়াৰ কফ চিৰাপ সেৱনৰ ফলতেই গাম্বিয়াৰ ৬৬টা শিশুৰ মৃত্যুৰ আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। নতুন দিল্লীস্থিত মেডেন ফাৰ্মাচিউটিকেলৰ দ্বাৰা তৈয়াৰ কৰা এই কফ চিৰাপ সমূহ হৈছে – প্ৰমিথাজিন অৰেল ছলিউচন(Promethazine Oral Solution), কফেক্সমালিন বেবী কফ চিৰাপ (Kofexmalin Baby Cough Syrup), মাকফ বেবী কফ চিৰাপ(Makoff Baby Cough Syrup) আৰু […]