গুৱাহাটী : ১ জুনত বিশ্ব দুগ্ধ দিৱস উপলক্ষে গুৱাহাটীস্থিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে, যাক পুৰবী ডেইৰী বুলি জনা যায়, দুগ্ধ উৎপাদনৰ পাৰিপাৰ্শ্বিক, পুষ্টিগত আৰু আর্থ-সামাজিক দিশবােৰ বিবেচনা কৰি ‘দুগ্ধ খণ্ডত স্থিৰতা’ৰ ওপৰত গুৰুত্ব আৰােপ কৰে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা স্থাপিত এই বছৰৰ বিশ্ব দুগ্ধ দিৱসৰ বিষয়বস্তু আছিল ‘দুগ্ধ খণ্ডত স্থিৰতা’। […]