Posted inঅসম

সোণাৰিত বিশ্ব ধাত্ৰী দিৱস উদযাপন

সোণাৰি: আধুনিক নাৰ্ছিং ব্যৱস্থাৰ বাটকটীয়া ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা পালন কৰা হৈছে বিশ্ব ধাত্ৰী দিৱস। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধ ক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল। নাইটিংগেলৰ এই মানৱসেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱসৰ।ক’ভিড ১৯ মহামাৰীৰ মাজতে দেশৰ […]