Posted inদেশ-বিদেশ

World Press Freedom Index ৰ সিদ্ধান্তত ভাৰত চৰকাৰ সন্মত নহয়ঃ অনুৰাগ ঠাকুৰ

নিউজ ডেস্কঃ ভাৰত চৰকাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ৰেংকিঙৰ আনুষ্ঠানিক সদস্য নহয়। ৰেংকিঙৰ বাবে পৰিচালনা কৰা সংস্থা ‘ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ৰ দ্বাৰা লোৱা সিদ্ধান্তৰ সৈতে ভাৰত চৰকাৰ সন্মত নহয় বুলি আজি সংসদত উল্লেখ কৰা হৈছে। সাংসদ অখিলেশ প্ৰসাদ সিঙৰ এটা লিখিত প্ৰশ্নৰ বাবদত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাজ্যসভাত কয় যে, “ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম […]