Posted inদেশ-বিদেশ

World Suicide Prevention Day: মহিলাতকৈ পুৰুষৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বেছিকৈ বৃদ্ধি পাইছে

নিউজ ডেস্কঃ আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৮লাখ লোকে আত্মহত্যাৰ পথ বাচি লয়। ‘ন্যাচনেল ক্রাইম ষ্টেচন ব্যুৰো’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতত ১,৬৪,০৩৩ জন লোকে আত্মহত্যা কৰিছিল। সেইসকলৰ ভিতৰত কৃষক, নিবনুৱা, শিক্ষাৰ্থী, গৃহিনীৰ আত্মহত্যাৰ হাৰ সৰ্বাধিক। ইয়াৰ উপৰিও, কিশোৰ আৰু ১৮-৩০ বছৰীয়া যুৱকৰ আত্মহত্যা কৰাৰ প্ৰৱণতা সচৰাচৰ বেছি দেখা […]