Posted inঅসম

বিশ্ব পৰ্যটন দিৱস; প্ৰতিজন পৰ্যটকে ভ্ৰমণ কৰিবলগীয়া উত্তৰ-পূবৰ কেইখনমান বিশেষ গাঁও

নিউজ ডেস্ক : আজি বিশ্ব পৰ্যটন দিৱস। বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আপোনালোকক উত্তৰ-পূবৰ এনে কেইখনমান গাঁৱৰ সৈতে চিনাকি কৰাই দিব খুজিছো যিকেইখন গাঁও প্ৰতিগৰাকী ভ্ৰমণ প্ৰেমী লোকৰে ‘ড্ৰীম ভে’কেশ্যন’ৰ তালিকাত থকা উচিত। জুলুক, ছিকিম সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ ফুট উচ্চতাত থকা ছিকিমৰ জুলুক গাঁও এসময়ত ঐতিসাহিক ছিল্ক ৰ’টৰ ট্ৰান্জিন্ট পইণ্ট আছিল। জুলুকৰ পৰা […]