ছৰফৰাজ খান,গুৱাহাটীঃ অসমৰ বন্যপ্ৰাণী সমূহক সুৰক্ষা দি আছে এক বিশেষ প্ৰজাতিৰ কুকুৰ। কাজিৰঙা, ওৰাং আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ লগতে অসমৰ সকলোবোৰ অভয়াৰণ্যত চোৰাং চিকাৰীৰ পৰা বন্যপ্ৰাণী সমূহক ৰক্ষা কৰি আছে এক বিশেষ প্ৰজাতিৰ কুকুৰে। প্ৰতিবছৰে ৩ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়। বন্যপ্ৰাণী সমূহৰ সংৰক্ষণৰ বাবে বিশ্ববাসীয়ে পালন […]