নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ থকা ৱমেন প্ৰিমিয়াৰ লীগ (Women’s Premier League)ত স্থান লাভ কৰিছে অসমৰ জিণ্টিমণি কলিতাই । সোমবাৰে মুম্বাইত ডব্লিউপিএল ৰ বাবে অনুষ্ঠিত নিলাম অনুষ্ঠানত মুম্বাই ইণ্ডিয়ানছে জিণ্টিমণিক ১০ লাখ টকাত চুক্তিবদ্ধ কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিয়ানক হৰমনপ্ৰীত কৌৰৰ দলতেই স্থান লাভ কৰিছে মঙলদৈৰ অলৰাউণ্ডৰ জিণ্টিমণি কলিতাই । সংবাদ মাধ্যমৰ […]