Posted inNews

মল্লযুঁজাৰুৰ প্ৰতিবাদ; দিল্লী আৰক্ষীয়ে আজি দাখিল কৰিব অভিযোগনামা

নিউজ ডেস্ক: দিল্লী আৰক্ষীয়ে ১৫ জুন অৰ্থাৎ আজি দাখিল কৰিব মল্লযুঁজাৰুৰ যৌন নির্যাতন গোচৰৰ অভিযোগনামা। ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি সাংসদ ব্রীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে কৰা অভিযোগৰ ভিত্তিত অভিযোগনামা দাখিল কৰা হ’ব। ক্রীড়া মন্ত্ৰী অনুৰাগে ঠাকুৰে মল্লযুঁজাৰুসকলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি দাখিল কৰা হ’ব অভিযোগনামা। উল্লেখ্য যে ক্ৰীড়া মন্ত্ৰী অনুৰাগ […]