Posted inNews

প্ৰতিশ্ৰুতিবোৰ পূৰণ নহ’লে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব মল্লযুঁজাৰুসকলে

নিউজ ডেস্ক- প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ নহ’লে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব। এই কথা ঘোষণা কৰে মল্লযুঁজাৰু সাক্ষী মালিকে। সাক্ষী মালিকে ব্রীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পাছতে এই মন্তব্য কৰে। দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলৰ অভিযোগৰ ওপৰত ভিত্তিত ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আইপিচিৰ ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬ (১) ধাৰাৰ অধীনত অভিযোগনামা দাখিল […]