Posted inNews

দিল্লীৰ আৰক্ষীৰ চাৰ্জশ্বিতত ব্ৰীজ ভূষনৰ বিৰুদ্ধে অকাট্য প্ৰমাণ

নিউজ ডেস্ক: মল্লযোদ্ধা ফেডাৰেচনৰ সভাপতি ব্রীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক প্ৰমাণ দাখিল কৰিলে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ এটা দলে যোৱা বৃহস্পতিবাৰে ৰ’ছ এভিনিউ আদালতত ব্ৰীজভূষণৰ বিৰুদ্ধে চার্জশীট দাখিল কৰে। প্ৰায় ১৫০০ শ্লীলতাহানি যৌন নির্যাতনৰ কেইবাটাও ধাৰাৰ কথা উল্লেখ কৰা হৈছে। এক সুত্ৰই সদৰী কৰা অনুসৰি দিল্লী আৰক্ষীয়ে যি চার্জশীট দাখিল কৰিছে তাৰ সৈতে প্রমাণ […]