Posted inক্ৰীড়া

Commonwealth Games: নৱম দিনা বাৰ্মিংহামত অনবদ্য ভাৰতীয় মল্লযোদ্ধা

কমনৱেলথ গেমছ ২০২২-ৰ নৱম দিনটো ভাৰতৰ বাবে আন এটা স্বৰ্ণিল দিন আছিল। নৱম দিনটোতেই ভাৰতীয় মল্লযোদ্ধাসকলে তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰি তিনিটা সোণ আৰু তিনিটা ব্ৰঞ্জৰ পদক আজুৰি আনে।