চীনৰ ৰাষ্ট্ৰপতি Xi Jinping-ৰ ‘গৃহ বন্দী’ লৈ চলি থকা গুজবৰ মাজতে সামাজিক মাধ্যমত এলানি বিস্ফোৰণৰ এটা ভিডিঅ’ ফুটেজ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই উক্ত দৃশ্য চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ বিৰুদ্ধে আৰম্ভ হোৱা ‘সামৰিক অভ্যুত্থানৰ’ সময়ৰ বুলি দাবী কৰে। টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি JJ Cranky (@crankycrab1171) নামৰ এগৰাকী য়ুজাৰে কয়, ‘’বেইজিঙৰ পৰা Xi Jinping-ৰ বিৰুদ্ধে […]