Posted inঅসম

প্ৰাৰম্ভিক ৱাই-২০ সন্মিলনৰ সফল সামৰণি

নিউজ ডেস্কঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত তিনিদিনীয়াকৈ দেশী-বিদেশীৰ যুৱক-যুৱতীৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৱাই-২০ ৰ সন্মিলন বুধবাৰে সফল সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত থাকে। লগতে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও অনুষ্ঠানটো অংশগ্ৰহণ কৰে।  অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীজনে ৱাই-২০ ৰ মূল বিষয়বস্তুৰ ওপৰত এখন শ্বেতপত্ৰ মুকলি কৰা লগতে […]