নিউজ ডেস্কঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলটো পৰিব য়াছৰ কিছু প্ৰভাৱ। ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱৰ বাবে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ত তীব্র বৰষুণ অহাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। দুয়োখন ৰাজ্যক কমলা ক্ষেত্র হিচাপে চিনাক্তকৰণ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগে টুইটাৰযোগে কয় যে, “২৬ আৰু ২৭ মে’ত অসম-মেঘালয়, উৰিষ্যা আৰু পশ্চিমবংগত আৰু […]