Posted inৰাজনীতি

Presidential Election 2022: দ্ৰৌপদী মুৰ্মু Vs যশৱন্ত সিনহা! আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন

নিউজ ডেস্কঃ আজি পুৱা ১০বজাৰ পৰা আৰম্ভ হৈছে ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন। ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৪০০০ৰো অধিক সাংসদ আৰু বিধায়কে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। সন্মুখ সমৰত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহা। ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ সংসদ ভৱনৰ প্ৰথম মহলাত ৬৩নং কোঠাত […]