Posted inঅসম

অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা, নিজৰ ভাষা: য়েছে দৰজে ঠংচি

ধেমাজি, অংকুৰ নৰহ: ইংৰাজী মাধ্যমৰ শিক্ষা আৰম্ভ হোৱাৰ পৰিণতিত অৰুণাচলত অসমীয়া ভাষা-সাহিত্যলৈ দুৰ্দিন-দুৰ্ভাগ্য নামি আহিল ৷ আগতে বিদ্যালয়ত সুন্দৰকৈ অসমীয়া ভাষা শিকোৱা হৈছিল, অসমীয়া সাহিত্যৰ আনুষ্ঠানিক চৰ্চা হৈছিল৷ কিন্তু ইংৰাজী ভাষাত শিক্ষাৰ পাতনি মেলাত পৰৱৰ্তী প্ৰজন্মই অসমীয়াত লিখা তথা সাহিত্য চৰ্চা কৰাত প্ৰতিবন্ধকতা আহি পৰিল৷ এই মন্তব্য বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ৷ অসম প্ৰকাশন […]