Posted inঅসম

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সোণাৰি ৰাজহুৱা খেলপথাৰত যোগাসন শিবিৰ আৰম্ভ

সোণাৰিঃ ”যদি আমি জীৱনটো ভোগ কৰিবলৈ বিচাৰোঁ, তেন্তে আমি সদায় যোগ কৰিব লাগিব । নিয়মিত যোগাসনে আমাৰ শৰীৰ সুস্থ কৰি ৰখাৰ লগতে মানসিক শক্তি বৃদ্ধি কৰে। শিশু অৱস্থাৰ পৰাই সকলো ল’ৰা-ছোৱালীক যোগাসনৰ প্ৰতি আকৰ্ষিত কৰিব লাগে।” আজি চৰাইদেউ জিলা সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ যোগাসন শিবিৰ উদ্বোধন কৰি এইদৰে কয় সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক […]