নিউজ ডেস্কঃ ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত মাল্টিপাৰপ’জ ইনডৰ হলত বুধবাৰে ৰাতিপুৱা ৬:০০ বজাৰ পৰা নৱম আন্তৰ্জাতিক যোগ দিৱস (বসুধৈৱ কুটুম্বকমৰ বাবে যোগাসান) উদযাপন কৰা হয়। প্ৰশাসনীয় বিষয়া কৰ্মচাৰীসকল, ছাত্ৰ-ছাত্ৰীসকল,যোগ অনুশীলন কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কতৃপক্ষ আৰু প্ৰতিনিধি সকল, আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ […]