নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই যোগৰ সৃষ্টিৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি চৰ্চিত হ’ল নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি। অলিয়ে কয় যে যোগৰ উৎপত্তি ভাৰতত নহয় বৰঞ্চ নেপালতহে হৈছিল। যোগৰ উৎপত্তি হোৱাৰ সময়ত ভাৰত নাছিলেই। সেই সময়ত ভাৰত এটা দ্বীপহে আছিল। তেওঁ ভাৰতীয় বিশেষজ্ঞসকলক সমালোচনা কৰি কৈছে যোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য ভাৰতীয় বিশেষজ্ঞই […]
Tag: yoga
Posted inঅসম