Posted inদেশ-বিদেশ

যোগী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! মথুৰাত সুৰা আৰু মাংস বিক্ৰীত নিষেধাজ্ঞা

নিউজ ডেস্কঃ ভগৱান শ্ৰী কৃষ্ণৰ জন্মভূমি মথুৰাত এতিয়াৰ পৰা কোনেও বিক্ৰী কৰিব নোৱাৰিব সুৰা আৰু মাংস। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত‍্য নাথে এই নিষেধাজ্ঞা জাৰি কৰিছে। ৰামলীলা ময়দানত অনুষ্ঠিত ভগৱান কৃষ্ণৰ জন্ম জয়ন্তীত অংশ ল’বলৈ মথুৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী যোগীয়ে কয় যে মথুৰাত সুৰা আৰু মাংস ব্যৱসায় কৰাটো সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। এই ব্যৱসায়ৰ লগত জড়িত […]