নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত যোগীৰাজৰ দিনত এতিয়া প্ৰতি ১৫ দিনৰ ব্যৱধানত সংঘটিত হৈছে এটাকৈ এনকাউণ্টাৰৰ ঘটনা। অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱাটোকে সুশাসনৰ মন্ত্ৰ হিচাপে গণ্য কৰি অহা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰৰ ৬ টা বছৰত মুঠ ১৮৬ টা এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। ১৮৬ টা এনকাউন্টাৰৰ ঘটনাত ৯৬ টা অপৰাধী নিহত হৈছে। এনকাউণ্টাৰ কৰা অপৰাধীৰ আটাইবোৰৰ […]