ড০ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ আৰু বিভিন্ন জনৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী ড০ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে। অভিযোগ অনুসৰি যুৱ কংগ্রেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে ড০ অংকিতা দত্তক। কিন্তু এই কথাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ […]