Posted inদেশ-বিদেশ

ইউটিউবৰ পৰা প্ৰতি মাহে ৪ লাখ টকা লাভ কৰে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰিয়ে

নিউজ ডেস্ক : কেন্দ্ৰীয় পথ-পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰিয়ে জানিবলৈ দিয়া মতে প্ৰত্যেক মাহে তেওঁ ইউটিউবৰ পৰা লাভ কৰে ৪ লাখকৈ টকা। তেওঁ প্ৰদান কৰা বক্তৃতাৰ ভিডিউৰ সমূহৰ ৰয়েলটিৰ বাবদ ইউটিউবৰ পৰা উক্ত ধন লাভ কৰে বুলি মন্ত্ৰীজনে শুকুৰবাৰে জানিবলৈ দিয়ে। গুজৰাটৰ ভৰুচত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই কথা […]