Posted inঅসম

কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিল Youtuber

লখিমপুৰঃ কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিল Youtuber। অৱশেষত লখিমপুৰত আহি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল Youtuber মনোজ ভাই। জানিব পৰা মতে, এটা videoৰ জৰিয়তে এটা কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমানসূচক মন্তব্য কৰিছিল মনোজে। ইউটিউবাৰ দম্পত্তীৰ অপমানত ক্ষোভিত হৈ পৰে সমগ্ৰ অসমৰ কৈৱৰ্ত্ত জনগোষ্ঠী। অৱশেষত লখিমপুৰত উপস্থিত হৈ ক্ষমা বিচাৰে ইউটিউবাৰ মনোজ ভাই আৰু তেওঁৰ পত্নীয়ে। জানি […]