ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ জালনি চাহ বাগিচা বন্ধ কৰিলে প্ৰশাসনে। বাগিচাখনত কৰ্মৰত ১৩৩ জন লোক কভিড ১৯ত আক্ৰান্ত হোৱাৰ পিছতে প্ৰশাসনে জালনি চাহবাগিছা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে জনাই যে বৃহস্পতিবাৰে জালনি চাহ বাগিচাৰ ১৩৩জন শ্ৰমিকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে সেয়ে চাহ বাগানখনক এতিয়া কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা […]