Posted inদেশ-বিদেশ

যুদ্ধৰ মাজতেই ইউক্ৰেইনত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি

নিউজ ডেস্কঃ আচম্বিতে যুদ্ধৰ মাজতে ইউক্রেইনত সোমবাৰে উপস্থিত হয় মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জ’ বাইডেন। বাইডেনে ইউক্রেইন ৰাষ্ট্ৰপতি ব্লাডিমিৰ জেলেনস্কি লগ ধৰি কয় যে, ৱাশ্বিংটনে কিয়েভলৈ আৰু অধিক অস্ত্ৰ প্ৰেৰণ কৰিব। ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থা, উন্নত প্রযুক্তিৰ ৰাডাৰ আদি শীঘ্ৰেই প্ৰেৰণ কৰা হ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে জনাই।   লগতে বাইডেনে কয় যে, পুটিনে ইউক্রেইনক নিঃসংগ আৰু […]