Posted inNews

ৰেডিঅ’ গপ্-শ্বপ্ ৯৪.৩ এফ এমে জুবিন গাৰ্গলৈ উপহাৰ স্বৰূপে আগবঢ়াইছে তেওঁৰ প্ৰথমখন তথ্যচিত্ৰ

নিউজ ডেস্ক: অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু সংৰক্ষণত অগ্ৰণী ভূমিকা পালন কৰা আগশাৰীৰ ৰেডিঅ’ ষ্টেচন গপ্-শ্বপ্ ৯৪.৩ এফ এমে শিল্পী জুবিন গাৰ্গৰ জীৱনৰ ওপৰত প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ কথা সগৌৰৱেৰে ঘোষণা কৰিছে। তথ্যচিত্ৰখনৰ লক্ষ্য হৈছে জুবিনৰ উল্লেখযোগ্য যাত্ৰা আৰু অসমীয়া সংগীত তথা চিনেমালৈ তেওঁৰ ব্যতিক্ৰমী অৱদানক সন্মান জনোৱা।অসমীয়া ৰাইজৰ প্ৰতিভা বিকাশৰ বাবে দীৰ্ঘদিনীয়া দায়বদ্ধতাৰে […]