Posted inঅসম

নিজ বাসগৃহটো কভিড কেন্দ্ৰ হিচাপে চৰকাৰক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ জুবিন-গৰিমাৰ

নিউজ ডেস্কঃ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰে ৰাজ্যত ভয়াৱহ কৰি তুলিছে সামগ্রিক পৰিস্থিতি ৷ অক্সিজেন–বিছনাৰ অভাৱত দেশৰ বিভিন্ন প্রান্তত বহু ক’ৰোনা আক্রান্তই মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে অসমতো অতি উদ্বেগজনকভাৱে দ্রুতগতিত নিতৌ বৃদ্ধি পাইছে কৰোনাৰ সংক্রমণ ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো কভিড ৰোগীৰ বাবে নাইকিয়া হৈ আহিছে বিচনা। এইবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ […]