Posted inদেশ-বিদেশ

কোৰোনা ৰোগীৰ ক্ষেত্ৰত ব্যবহাৰৰ অনুমতি VIRAFIN

কোৰোণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱালৈ চাই দেশৰ পৰিস্থিতি দিনক দিনে ভয়াৱহ হোৱাৰ মাজতে আহিছে এক আশাৰ খবৰ।এতিয়াৰ পৰা কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিত্‍সাত ব্যৱহাৰ কৰিব পাৰিব Zydus Cadilaৰ ‘Virafin’ড্ৰাগ। কোৰোণাত আক্ৰান্ত সাধাৰণ লক্ষণ থকা ৰোগীৰ জৰুৰী কালীন চিকিত্‍সাৰ বাবে এই ড্ৰাগ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ভাৰতৰ ড্ৰাগ নিয়ন্ত্ৰক জেনেৰেলে । এই সম্পৰ্কে Zydus Cadila-ই কৈছে যে, […]