Posted inUncategorized

সোমবাৰৰ ভিতৰত ভেকচিন নললে কি সমস্যাৰ সন্মুখীণ হ’ব

ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা । সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন নিয়ম। ভেকছিন নল’লে বিপদ হ’ব পাৰে আপোনাৰ। ভেকছিন নোলোৱাকৈ দোকান খুলিলে ছীল কৰা হ’ব দোকান। জিলা প্ৰশাসনে ছীল কৰি দিব দোকান। ভেকছিন লোৱাৰ প্ৰমাণ পত্ৰ আঁৰি থ’ব লাগিব দোকানৰ সন্মুখত। দোকানৰ সন্মুখত লিখিব লাগিব ‘উই আৰ অল ভেকছিনেটেড’। চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো লিখি থ’ব লাগিব ‘উই […]