Posted inঅসম

বাক্সাত জলসিঞ্চনৰ নামত কৃষকৰ দুৰ্ভোগ

মুছলপুৰ: এতিয়া শাওঁণৰ পথাৰত কৃষকৰ সীমাহীন ব্যস্ততা ৷ হাল বোৱা, কঠীয়া তোলা আদিকে ধৰি ভীষন ব্যস্ত কৃষক ৰাইজ ৷ কিন্তু এই সময়ত পথাৰ এৰি বান্ধ বন্ধাৰ কামত ব্যস্ত হব লগা হৈছে বাক্সাৰ একাংশ কৃষক ৷ কাৰণ বাৰিষা আহিলেই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলৰ কৃষক সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷ বাৰিষা হোৱাৰ লগে লগেই […]