Posted inদেশ-বিদেশ

১৪বছৰৰ মূৰত বৃদ্ধি পালে দিয়াশলাইৰ মূল্য়

নিউজ ডেস্কঃ সুদীৰ্ঘ ১৪ বছৰৰ পিছত দেশত বৃদ্ধি কৰা হৈছে দিয়াশলাই কাঠীৰ মূল্য। ১ ডিচেম্বৰৰ পৰা প্ৰতিটো দিয়াশলাই বাকচৰ মূল্য হ’ব ২ টকা।ইয়াৰ পূৰ্বে ২০০৭ চনত ৫০ পইচাৰ পৰা ১ পইচালৈ বৃদ্ধি কৰা হৈছিল। বৃহস্পতিবাৰে শিৱকাশীত অনুষ্ঠিত হোৱা All India Chamber of Matchesৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে। কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে All India […]