Posted inঅসম

নগাঁও জিলাৰ খালৈগাঁৱত পথ দুৰ্ঘটনাত নিহত দুজন

নিউজ ডেস্কঃ নগাঁও জিলাৰ খালৈগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী। নিহত বাইক আৰোহী দুজন বামুণবড়িৰ ফণীন্দ্ৰ কুমাৰ নাথ আৰু কপাহেৰাৰ প্ৰসন্ন কুমাৰ গগৈ । ফণীন্দ্ৰ কুমাৰ নাথ কপাহেৰা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক আছিল আৰু প্ৰসন্ন কুমাৰ গগৈ বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। দুয়োগৰাকী বাইকেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা […]