Posted inউত্তৰ-পূৱ

‘মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২২’ ৰ খিতাপ দখল ঈশানী হাতীমূৰীয়াৰ

নিউজ ডেস্কঃ ‘মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২২’ ৰ প্ৰথম ৰাণাৰ্চ আপ খিতাপ দখল কৰিলে অসমৰ ঈশানী হাতীমূৰীয়াই । আনহাতে, মেঘালয়ৰ যুৱতী আইৰিন ডিখাৰে লাভ কৰিলে ‘Miss Northeast 2022’ ৰ খিতাপ। ৩নৱেম্বৰত নগালেণ্ডৰ কহিমাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ১৪ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। লক্ষণীয়ভাৱে, এই প্ৰতিযোগিতাখন নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত বিউটি এণ্ড এস্থেটিক ছ’চাইটি […]