মাৰ্কিন যুক্তৰাষ্ট্ৰৰ House Speaker Nancy Pelosi -ৰ শেহতীয়া টাইৱান (Taiwan) ভ্ৰমণক কেন্দ্ৰ কৰি চীন আৰু আমেৰিকাৰ মাজত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে এটা বিশেষ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সম্ভৱত এটা মোবাইল ফোনত তোলা উক্ত ভিডিঅ’টোত সাগৰত একাধিক যুদ্ধজাহাজ আৰু আকাশেৰে বহু যুদ্ধবিমান উৰি যোৱা দেখা গৈছে। Twitter আৰু Facebook-ত ভাইৰেল হৈ […]