বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তনেৰে সোমবাৰে নিশা আগন্তুক এছিয়া কাপৰ বাবে ১৪ জনীয়া দল ঘোষণা ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দল বাছনি কমিটিয়ে। প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলী দললৈ উভতি আহিছে যদিও আঘাতৰ বাবে দলত স্থান দিয়া নহ’ল তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলক।