Posted inNews

বিৰল অসমীয়া কিতাপ-আলোচনীক সংৰক্ষণৰ হেতু “ডিজিটাইজিং অসম” ৱেবছাইট মুকলি মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক: জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এক অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা “ডিজিটাইজিং অসম” বা www.assamarchive.org শীৰ্ষক ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ডিজিটাইজিং অসম প্ৰকল্পৰ অধীনত ১৮১৩ চনৰ পৰা ১৯৭০ চনৰ ভিতৰৰ সকলো বিৰল অসমীয়া কিতাপ- আলোচনীক ডিজিটাইজ […]