Posted inঅসম

আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰিলে ৰূপহীহাটৰ ৰাইজে

ৰূপহীহাট : ৰূপহীহাটৰ ৰাইজৰ বিশেষ সাফল্য। আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰিলে দেখুৱালে ৰূপহীহাটৰ ৰাইজে। দুৰ্ধষ ডকাইত এজনক ৰূপহীহাটৰ ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। দেওবাৰে ৰূপহীহাটৰ ৰাইজে আৰক্ষীয়ে কৰিব নোৱাৰা এক কাম কৰি দেখুৱালে। ৰাইজে এজন দুৰ্ধষ ডকাইতক অস্ত্ৰসহ আটক কৰি আৰক্ষীক গতাই দিয়ে। ৰূপহীহাটৰ গেৰেকীত আজিকুল ইছলাম নামৰ এজন দুৰ্ধষ ডকাইতক ৰাইজে আটক কৰি […]