Posted inNews

মনীষ চিছোদিয়াৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক- সুৰা নীতিৰ গোচৰত ১৩৯ দিন কাৰাবাসত থকা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। আদালতে দুয়োটা তদন্তকাৰী সংস্থাক ১৪ দিনৰ ভিতৰত তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ কয়। উল্লেখ্য যে, চিছোদিয়াক চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত এটা দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছতে মনীষ চিছোদিয়াক ৯ মাৰ্চত ইডিয়ে এটা ধন ৰপ্তানিৰ গোচৰত […]