টীয়কঃ

  • চেলেংহাট আৰক্ষী চকীত সংঘটিত অঘটন।
  • চাৰ্ভিচ ৰিভলভাৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিংগীয়াই।
  • মাত্ৰ তিনিদিন পূৰ্বে আৰক্ষী বিষয়াজনে যোগদান কৰিছিল চেলেংহাট আৰক্ষী চকীত।
  • জানিব পৰা মতে, মৃত ভূপেন দিহিঙীয়াৰ ঘৰ লখিমপুৰত।
  • ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply